বন্দীত্ব, স্বাধীনতা, আৰু সৰ্বকালৰ এখন শ্ৰেষ্ঠ কথাছবি

কাৰাগাৰৰ বন্দী এজন আৰু মুক্ত আকাশৰ তলত বিচৰণকাৰী সাধাৰণ মানুহ এজনৰ জীৱনক সূক্ষ্ম দৃষ্টিৰে বিচাৰ কৰি চালে ক’ৰবাত দুয়োটা জীৱনৰ মাজৰ পাৰ্থক্যৰ সীমাৰেখাডাল লীন হৈ যোৱা যেন লাগে নেকি? কাৰাগাৰৰ বাহিৰত থকাজনো আচলতে কিমান মুক্ত! সমাজ আৰু নিজৰ স্বভাৱৰে সংকীৰ্ণতাই তেওঁক কিমান অদৃশ্য বান্ধোনেৰে বান্ধি ৰাখিছে, তাৰ বিষয়ে তেওঁ হয়তো নিজেই চেতন নহয়। এখন স্বয়ংসৃষ্ট বা সমাজসৃষ্ট অদৃশ্য কাৰাগাৰৰেই তেৱোঁ এজন আজন্ম বাসিন্দা নেকি?

From Orphan to Owner: A Lesson in Humanity

Sometimes, I feel every man is akin to a farm land. You just need to sow seeds of humanity in this land called man to create a beautiful world. However, crops of humanity like kindness, love, and compassion may grow abundantly in some men, while few others would remain barren as a desert. There may be a difference in degree of fertility in the land called man, and you can’t expect that humanity would grow to its fullest in every man; but, if you, and I are the believers of greatness of humanity, let’s be the cultivators ourselves.

লোকেলৰ পৰা গ্ল’বেললৈ ৰীমা দাসৰ চলচ্চিত্ৰৰ যাত্ৰা

ৰীমা দাসৰ কথাছবিৰ সাৰ্বজনীন আবেদন আৰু আন্তৰ্জাতিক প্ৰেক্ষাপটত সফলতাৰ কাৰণ হিচাপে প্ৰধানকৈ দুটা বিষয় উনুকিয়াব পাৰি: ১) কাহিনীৰ মূলভাৱ য’ত মানৱীয় অনুভূতিৰ গভীৰতাৰ সৰল, কিন্তু সূক্ষ্ম প্ৰকাশ ঘটে; আৰু ২) কাহিনী উপস্থাপনৰ সৰলতা।

অনাহুত বাৰ্ধক্য আৰু আমাৰ দৃষ্টিভংগী

বাৰ্ধক্যৰ প্ৰতি আমাৰ মনোভাৱ কি ? বাৰ্ধক্য মানেই ৰোগ, যন্ত্ৰণা, নিঃসংগতা, অৱসাদে ভৰা নিষ্ক্ৰিয় জীৱন নেকি ? প্ৰতিটো খোজতেই আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ মনোবেদনাৰে ভৰা জীৱন নেকি ? যাৰ বাবে বৃদ্ধাৱস্থা অবাঞ্চিত, অনাহুত। সেই বাবেই নেকি জীৱনৰ বি‌য়লি বেলাত ৰৈ বহুজনে নিজৰ নিকট- ভৱিষ্যতৰ বৃদ্ধ কালৰ ভাৱনাত শংকিত হৈ পৰে। যৌৱনত ভৰি থৈ আমাৰ আত্মীয়, অনাত্মীয় বৃদ্ধ-বৃদ্ধাসকলৰ প্ৰতি আমিনো কেনে মনোভাৱ পোষণ কৰো ?

grayscale photo of a boy crying

How not to tolerate an irritating boss

So, to deal with such a boss without losing your peace of mind is not a mean task. You can ignore your fellow colleagues, if they show some irritating, undesirable behaviors. However, it is impossible to do so in case of your boss or all the people who hold an authoritative position. So, what can we do in this situation?

opened notebook with pen on white desk

বাকেট লিষ্ট আৰু আমাৰ অপূৰ্ণ সপোনবোৰ

“বাকেট লিষ্ট” তৈয়াৰ কৰাৰ প্ৰয়োজন আছেনে ? ক্ষণভংগুৰ জীৱনক মানি, অনন্ত সময়-প্ৰৱাহত আমাৰ অস্তিত্বক ধৰি ৰখাৰ কিঞ্ছিত প্ৰচেষ্টা আমি কৰিব পাৰোঁ। কোনবোৰ কামৰ মাজেৰে আমাৰ অস্তিত্ব ঘোষণা কৰিব বিচাৰোঁ, তাৰ মাজতে প্ৰতিফলিত হয় আমাৰ মূল্যবোধ, জীৱনৰ উদ্দেশ্য। প্ৰকৃততে, বাকেট লিষ্টত আলোকিত হোৱা সপোনবোৰেই আমি।

Hostel Daze, ragging the menace, and the rules of jungles

And in this confusing state of life, the practices like ragging religiously celebrated in the premises of hostels of educational institutions often goes wrong, if not always. Maybe ragging was originated from the intention of just making fun of junior students, and there was no ill motive behind it other than that, but, it is quite impossible to regulate this practice that way only. The daze of life, particularly of youth affects it so much that it cannot remain an innocent act of merriment.

person holding babys hand

Kindness matters

So, what is the point of being a kind person? If we introspect a little, we will find out that most of the negativities come from our self-centredness. Whether it is anger, jealousy, hatred, resentment, whatever we may call it. However, I am not saying being self-centric is a bad thing, rather it is needed for our survival. But, we know, too much of everything is a bad thing. Likewise being too concerned about our own self all the times is also a serious disease.

person collecting garbage

আনে যোৱা বাটে….

ভদ্ৰ মহানগৰীৰ ভদ্ৰ মানুহে লেতেৰা কৰা ঠাইবোৰ চাফা কৰাৰ দায়িত্ব সিহঁতৰ। অৱশ্যে ইয়াৰ দ্বাৰাই দিনটোৰ অন্নমুঠিও যোগাৰ হৈ যায় সিহঁতৰ……..