black and white card on brown table

বলিউড,  বিভিন্ন উদ নে ভাৰতীয় চলচ্চিত্ৰ

হিন্দীক বাদ দি বাকী ভাষাৰ ছবিসমূহক আঞ্চলিক ভাষাৰ ছবি বুলি কোৱা উচিত নহয়। বৰঞ্চ, হিন্দী, তামিল, তেলুগু, মালায়ালাম, কানাড়া, গুজৰাটী, বঙালী, অসমীয়া আদি সকলো ভাৰতীয় ভাষাৰ চলচ্চিত্ৰক একেলগে ভাৰতীয় চলচ্চিত্ৰ বুলি ক’ব পৰা যায়।

empty cave

ভুল

ভুলবোৰ সেয়ে আৱিষ্কাৰৰ পূৰ্বজ
অবাঞ্চিত কিন্তু ৰোমাঞ্চকৰ
বহু ভুলৰ পাছত সগৰ্বে
থিয় দি থকা সত্যটোও
হয়গৈ আন এটা ভুল।