Illusion of success

So, our idea of success is very relative. We constantly compare ourselves with somebody else who seems to be more privileged in someway. In doing so, we tend to ignore some very basic facts of our lives. We forget that we all have different capabilities and different challenges in life; so, rather than trying to fit into others’ shoes, we need to carve out our own path

lady in beach silhouette during daytime photography

Opium

—Happy Borah She’d drunk and smiledFlown to the hill…then..Blossomed with colored dreams…..She’d drunk and dancedJumped to the star….then..Laughed with bubbles …

silhouette of person holding sparkler digital wallpaepr

সহস্ৰ গাঁঠিৰ বান্ধ

আইতাই কʼলে,
মাটিত লেপেটা কাঢ়ি বহি থকা মোৰ ছাঁটো
সাইলাখ দেউতাৰ দৰে।
পানীজুৱঁলিত কক্-বকাই মৰা তেওঁৰ শৈশৱটোও বোলে
মোৰ দৰেই আছিল।

photo of boy video calling with a woman

ভাৰ্ছুৱেল ক্লাছৰুম বনাম পৰম্পৰাগত শ্ৰেণী কোঠা

প্ৰশ্ন উদয় হয়– গতিশীল সময়ে Asimov-ৰ গল্পত দেখুওৱা ৰ দৰে স্বগৰিমাৰে গৰীয়ান শিক্ষানুষ্ঠানৰ সুবৃহৎ , বিশাল , গাম্ভীৰ্যপূৰ্ণ চৌহদৰ ধাৰণা লুপ্ত কৰি পেলাব নেকি? নিজ গৃহতে আৱদ্ধ হৈ শিকন প্ৰক্ৰিয়াত জড়িত হ’বলৈ বাধ্য হ’বগৈ নেকি আহি থকা প্ৰজন্ম?

drone shot of buildings in a city

গুৱাহাটীত আছে বা কি!

বিচাৰিলে কাম নাই, কাম পালে টকা নাই; নাই টকা, সব ফিকা, জীৱনটোৱে হাঁয় হাঁয়! নাই যাৰ ফিয়েট গাড়ী, নাৰীয়ে নাচায় হাঁহি মাৰি, হাঁহি মাৰি— নাই কাণত হেডফোন, ব্লেক এণ্ড হোৱাইট সৱ সপোন; থকা হ’লে ইচমাৰ্ট ফোন, দিনে ৰাতিয়ে গুণগুণ। কি হ’ব, হ’ব কি দুশ টকা হাজিৰাত, বেকাৰ এই জিন্দেগীতে হৈ যাওক না বাজিমাত; জীৱন ৰেলৰ পেছেঞ্জাৰ, তামাছা চাবলে দুনিয়াৰ; ভীৰৰ মাজত মৰি-হাজি, গুৱাহাটীত হাজিৰ আজি; গুৱাহাটীত আছে বা কি!

a vibrant colored abstract artwork

বুমেৰাং

এজন ঠিকাদাৰৰ তলত এজন মিস্ত্রীয়ে বহু বছৰ কাম কৰিছিল। এদিন মিস্ত্রীজনে ঠিকাদাৰক ক’লে– তেওঁ আৰু কাম নকৰে। অৱসৰ লব। তেতিয়া ঠিকাদাৰজনে তেওঁক শেষবাৰৰ বাবে এটা ঘৰ বনাই দিবলৈ অনুৰোধ কৰিলে। অনুৰোধ মর্মে মিস্ত্রীজনে ঘৰটো বনাই তলা মাৰি ঠিকাদাৰজনক চাবিপাত দিবলৈ আহিল।