ভদ্ৰ মহানগৰীৰ ভদ্ৰ মানুহে লেতেৰা কৰা ঠাইবোৰ চাফা কৰাৰ দায়িত্ব সিহঁতৰ। অৱশ্যে ইয়াৰ দ্বাৰাই দিনটোৰ অন্নমুঠিও যোগাৰ হৈ যায় সিহঁতৰ……..

ভদ্ৰ মহানগৰীৰ ভদ্ৰ মানুহে লেতেৰা কৰা ঠাইবোৰ চাফা কৰাৰ দায়িত্ব সিহঁতৰ। অৱশ্যে ইয়াৰ দ্বাৰাই দিনটোৰ অন্নমুঠিও যোগাৰ হৈ যায় সিহঁতৰ……..

এজন ঠিকাদাৰৰ তলত এজন মিস্ত্রীয়ে বহু বছৰ কাম কৰিছিল। এদিন মিস্ত্রীজনে ঠিকাদাৰক ক’লে– তেওঁ আৰু কাম নকৰে। অৱসৰ লব। তেতিয়া ঠিকাদাৰজনে তেওঁক শেষবাৰৰ বাবে এটা ঘৰ বনাই দিবলৈ অনুৰোধ কৰিলে। অনুৰোধ মর্মে মিস্ত্রীজনে ঘৰটো বনাই তলা মাৰি ঠিকাদাৰজনক চাবিপাত দিবলৈ আহিল।