June 13, 2021 অপেক্ষা আশা—আশা বোলে মানুহে কৰিব লাগে, কিন্তু আশাৰ প্ৰত্যুত্তৰত মই পাওঁ মাথোন মোৰ নিজৰে হুমুনিয়াহ…..
June 13, 2021 ভুল ভুলবোৰ সেয়ে আৱিষ্কাৰৰ পূৰ্বজ অবাঞ্চিত কিন্তু ৰোমাঞ্চকৰ বহু ভুলৰ পাছত সগৰ্বে থিয় দি থকা সত্যটোও হয়গৈ আন এটা ভুল।