এজন ঠিকাদাৰৰ তলত এজন মিস্ত্রীয়ে বহু বছৰ কাম কৰিছিল। এদিন মিস্ত্রীজনে ঠিকাদাৰক ক’লে– তেওঁ আৰু কাম নকৰে। অৱসৰ লব। তেতিয়া ঠিকাদাৰজনে তেওঁক শেষবাৰৰ বাবে এটা ঘৰ বনাই দিবলৈ অনুৰোধ কৰিলে। অনুৰোধ মর্মে মিস্ত্রীজনে ঘৰটো বনাই তলা মাৰি ঠিকাদাৰজনক চাবিপাত দিবলৈ আহিল।

