ত্ৰিকালৰ আঁৰত About Us

ইন্টাৰনেটৰ বিশাল জগতখনত ত্ৰিকালে এক দ্বিভাষিক ৱেবছাইট হিচাপে অসমীয়া আৰু ইংৰাজী উভয় ভাষাতে উদীয়মান লেখক-লেখিকাৰ বাবে সৃষ্টিশীল  সাহিত্য, আৰু ব্যতিক্রমী চিন্তনৰ কৰ্ষণৰ থলী হ’বলৈ প্ৰয়াস কৰে। জ্ঞান-বিতৰণ আৰু বৌদ্ধিক চৰ্চাৰ জগতখনলৈ ইন্টাৰনেটে অনা বিপুল জোৱাৰৰ ঢৌবোৰতে খৰ মাৰি এচাম উদ্যমী লেখক আৰু এদল আগ্রহী পঢ়ুৱৈৰ মিলনৰ উপকূল হ’ব পাৰিলেই ত্ৰিকালৰ জন্ম সাৰ্থক হ’ব। যিকোনো ধৰণৰ সৃষ্টিশীল সাহিত্য, কলা-সংস্কৃতি, সাহিত্যৰ ওপৰত তথ্য-গৱেষণাসমৃদ্ধ ৰচনা, জীৱন বা জীৱনশৈলীক বিষয়বস্তু হিচাপে লৈ লিখা অন্তৰ্দৃষ্টিপূৰ্ণ লেখা, আৰু সমসাময়িক ঘটনাপ্রবাহক প্ৰতিফলিত কৰা দিগদৰ্শী প্ৰাসংগিক ৰচনাক ত্ৰিকালে গুৰুত্ব প্ৰদান কৰে।

আশা কৰোঁ আমাৰ এই ক্ষুদ্র প্ৰচেষ্টাত সকলো সময়তে আপোনালোকৰ আশীষ আৰু মৰম পাম।



In the vast ocean of internet, as a bilingual website the Trikaal endeavors to be a platform for the upcoming writers to harness their ideas of different tastes. Being in tune with the changes brought into the fields of knowledge sharing and intellectual discussions by internet, the Trikaal would like to be a point of confluence for enthusiastic writers and equally eager readers. Any kind of creative literature, enlightening writings on literature, art and culture, insightful writings on life and lifestyle, and thought provoking relevant write-ups on contemporary issues would be the primary contents of the Trikaal.


We hope we would always have your love and supports in our endeavor.