–মনীষা প্ৰজ্ঞা বৰা

এটা বৰ ডাঙৰ অসুখত ভুগিবলৈ লৈছোঁ হৃদয়ৰ অসুখ। অসুখটোৰ নাম “মানুহবোৰ ভাল নলগা হৈ আহিছে।” ঔষধ: আঁতৰি আঁহা! পথ্য: আত্মবিশ্লেষণ কৰা। অপথ্য: নিসংগতা বিসৰ্জন। লাহে লাহে নিজক ভালপোৱা প্ৰথমে।