silhouette photo of woman during dawn

কবিতা

–মনীষা প্ৰজ্ঞা বৰা

lonely woman under night sky
এটা বৰ ডাঙৰ অসুখত ভুগিবলৈ লৈছোঁ
হৃদয়ৰ অসুখ।
অসুখটোৰ নাম
“মানুহবোৰ ভাল নলগা হৈ আহিছে।”
ঔষধ: আঁতৰি আঁহা!
পথ্য: আত্মবিশ্লেষণ কৰা।
অপথ্য: নিসংগতা বিসৰ্জন।
লাহে লাহে নিজক ভালপোৱা প্ৰথমে।

Please encourage the author with your valuable comment